অসমৰ পৰা দ্বিতীয়গৰাকী মন্ত্ৰীৰূপে শপত ল’ব পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

শপত গ্ৰহণৰ পূৰ্বে সোণোৱালক চাহমেললৈ নিমন্ত্ৰণ মোডীৰ।

ইফালে মোডীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা পবিত্ৰ মাৰ্ঘেৰিটা হৈছে ৰাজ্যসভাৰ সাংসদ।

নিৰ্বাচন নেখেলিলেও কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব প্ৰাক্তন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

নিৰ্বাচনত পৰাজিত হোৱা স্মৃতি ইৰাণীও স্থান পাব মোডীৰ মন্ত্ৰীসভাত।

দুয়োগৰাকী নেত্ৰীকে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰাৰ পৰিকল্পনা বিজেপিৰ

ASSAMINDIA
Comments (0)
Add Comment