চাবুৱাৰ দধিয়া বছৰৰ প্ৰথমটো বানে সৃষ্টি কৰিছে জলপ্ৰলয়ৰ

সমগ্র অসমৰ লগতে চাবুৱাৰ দধিয়া তো এতিয়া বছৰৰ প্ৰথমটো বানে জলপ্ৰলয়ৰ সৃষ্টি কৰিবিপৰ্যস্ত কৰি তুলিছে জনজীৱন,

নেৰানেপেৰা বৰষুণৰ ফলত সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে , ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰ লগতে বৃহত্তৰ দধিয়া অঞ্চল এতিয়া পানীৰ তলত

গৃহবন্দী হৈ থকা লোকসকলৰ এতিয়া কেৱল টুলুঙা নাও খানেই জীৱনৰ অন্তিম ভৰষা হৈ পৰিছে , বিদ্যালয় সমূহত পানী সোমোৱাৰ বাবে ছাত্র ছাত্রী সকল শৈক্ষিক ক্ষেত্ৰত ব্যাপকভাবে ক্ষতিগ্রস্ত হবে লগা হৈছে, পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে , ঘৰচীয়া জীবজন্তুৰ নিৰাপত্তা বিচাৰি এডোখৰ নিৰাপদ স্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ,

অতি বিপদসংকুল ভাৱে এটি চাংঘৰত মৰনত শৰন দি জীয়াই থকা দুৰ্ভগীয়া দধিয়া বাসীৰ মৰ্মবেদনাৰ বুজ লবলৈ কোনো চৰকাৰী প্ৰশাসনৰ লোক এতিয়ালৈকে উপস্থিত নোহোৱাৰ অভিযোগ

ASSAMDIBRUGRAHINDIA
Comments (0)
Add Comment