শনিবাৰে ভয়ংকৰ অগ্নিকাণ্ড দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এটা বেবী কেয়াৰ চেণ্টাৰত

দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এটা বেবী কেয়াৰ চেণ্টাৰত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাৰ পিছত কমেও ১২টি নৱজাতক তাৰ পৰা উলিয়াই অনা হয়। কিন্তু ইয়াৰে ৭টি নৱজাতকৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু

এই ঘটনাৰ পিছত কমেও ১২টি নৱজাতক তাৰ পৰা উলিয়াই অনা হয়। কিন্তু ইয়াৰে ৭টি নৱজাতকৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হোৱাৰ বিপৰীতে এতিয়া ৫টি নৱজাতক চিকিৎসালয়ত ভৰ্তি হৈ আছে

ASSAMINDIA
Comments (0)
Add Comment