শৰীৰৰ ওজন কমাবলৈ কি কৰিব আপুনি

জিৰা আৰু চফৰ পানী খালে আপোনাৰ শৰীৰৰ বিপাকীয় ক্রিয়া বৃদ্ধি পাব। আচলতে জিৰা আৰু চফৰ পানীয়ে প্ৰাকৃতিক ডিটক্স পানীয়ৰ দৰে কাম কৰে। শৰীৰৰ চৰ্বি নিঃসৰণ কৰাত জিৰা পানীয়ে এক বিশেষ ভূমিকা পালন কৰে।

ইয়াৰোপৰি এইতিনিবিধ সামগ্ৰী মিহলাই দিনে এচামুচকৈ খালে তিনিমাহৰ ভিতৰত আপোনাৰ শৰীৰৰ বৰ্দ্ধিত ওজন আহি যাব নিয়ন্ত্ৰণলৈ।

আপেলৰ বীজৰ গুৰি, ভিনেগাৰ আৰু পানী দিনে এচামুচকৈ মিহলাই খালে খুব কম সময়তে আপোনাৰ বাঢ়ি অহা ওজন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব। ডাক্তৰ পৰামৰ্শ আৰু জিম নোযোৱাকৈয়ে কমাব পাৰিব আপোনাৰ ওজন।

ইয়াৰ লগতে সদায় ৰাতিপুৱা এচামুচ মৌ, এচামুচ নেমু ৰস এগিলাছ পানীৰ লগত মিহলাই খালেও  অতিৰিক্ত ওজনৰ পৰা নিমিষতে মুক্তি পাব পৰা যায়।

ASSAMHEALTHINDIA
Comments (0)
Add Comment