ম’বাইল ফোনে প্ৰাণ কাঢ়িলে এজন ব্লেক কমাণ্ডোৰ

নিশা মোবাইল ফোন চাৰ্জত লগাই কথা পাতি থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন শিৱসাগৰৰ ডিমৌৰ লাইবিলৰ অমৰজ্যোতি টাইড। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল জোৱানজনে।

কাছাৰ জিলাৰ লোৱাৰবন্দত কৰ্মৰত আছিল কমাণ্ডো জোৱান অমৰজ্যোতি। মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰা অমৰজ্যোতিয়ে হাইলাকান্দিত নিৰ্মীয়মান দ্বিতীয় কমাণ্ডো বেটেলিয়ন কেম্পত নিয়োজিত হৈছিল।

ASSAMINDIA
Comments (0)
Add Comment