কেঞ্চাৰ ৰোগত আক্ৰান্ত আগষ্টি সিন্থা

এগৰাকী মৰম লগা কণমানি, ঘৰ কাছাৰত পখিলা খেদাৰ বয়সতে আক্ৰান্ত হৈছে ব্ৰেইন কেঞ্চাৰত

মৰম লগা কমমানি জনীৰ নাম কে অগস্থী সিংগা, পিতৃৰ নাম সনাতন সিংগা আৰু মাতৃৰ নাম কে মাৰিয়া দেৱী

এই গৰাকী মৰম লগা কমমানিক এতিয়া চিকিৎসাৰ বাবে প্ৰযোজন হৈছে বহু ধন ,আপুনি যদিহে সহায় কৰিব বিচাৰে কমমানিক গৰাকীক তেন্তে সহায় কৰিব পাৰে হয়তো আপেনাৰ সহাৰিয়ে এই গৰাকী কমনামিক দিব পাৰে এটি নতুন জীৱন

কাছাৰ জিলাৰ ৬ বছৰীয়া কে আগষ্ঠি সিন্হাই এতিয়া জীয়াই থকাৰ বাবে সকলোৰে পৰা বিচাৰিছে সহায়

Account name: K Sanaton Singha

A/c no.30684673768

Ifsc: SBIN0005922

BANK: SBI

ASSAMINDIA
Comments (0)
Add Comment