IPS বিষয়া আনন্দ মিশ্ৰই কেতিয়া দাখিল কৰিব মনোনয়ন পত্ৰ

লোকসভা নিৰ্বাচনৰ বাবে বিহাৰৰ পৰা কেতিয়া মনোনয়ন দাখিল কৰিব IPS বিষয়া আনন্দ মিশ্ৰই

৭ মে’ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই।

বিহাৰৰ বক্সাৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

৭ মে’ৰ পুৱা ১০ বজাত মনোনয়ন দাখিল কৰাৰ কথা ‘X’ হেণ্ডেলত জনালে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়। মনোনয়নত দাখিল অনুষ্ঠানত ৰাইজ তথা শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিলে আৰক্ষীৰ চাকৰি এৰি ৰাজনীতিত যোগ দিয়া আনন্দ মিশ্ৰই।

anandmisroASSAMbiharINDIAPOLITICAL
Comments (0)
Add Comment