নগাঁও ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা

ভয়ংকৰ পথ দুৰ্ঘটনা নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত

এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত এএছ০২এএল০৮৯২ নম্বৰৰ মটৰ চাইকেল আৰোহী জন

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১ জি চি ২৬২৩ নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰখন।

এই দুৰ্ঘটানাটোত মৃত্যু হোৱা যুৱকজন নগাঁৱৰ কাৱৈমাৰিৰ আবু ছাহেদ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

accidentASSAMINDIAnagaon
Comments (0)
Add Comment