বিশ্ব স্বাস্থ্য সংস্থাই গৰুৰ গাখীৰ সন্দৰ্ভত কি সতৰ্কবাণী জাৰি কৰিছে

কেঁচা গাখীৰ খোৱাটো বিপদজনক 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে স্পষ্ট কৰা মতে, এইচ৫এন১ ভাইৰাছ কেঁচা গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে মানুহলৈ বিয়পে নে নাই সেয়া স্পষ্ট নহয় যদিও কেঁচা গাখীৰ খাব নালাগে।

কাৰণ হৈছে কেঁচা গাখীৰত এ বিপদজনক বেক্টেৰিয়া পোৱা যায় যাৰ বাবে শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা বা দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ শৰীৰত খুব সোনকালে ক্ৰিয়া কৰিব পাৰে ।লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলৰ বাবে কেঁচা গাখীৰ সঠিক নহয়।তদুপৰি, দূষিত কেঁচা গাখীৰ খোৱাৰ ফলত বৃক্ক পৰ্যন্ত বিকল হ’ব পাৰে এজন মানুহৰ

ASSAMINDIAMILKwho
Comments (0)
Add Comment