তিনিচুকীয়াত আৰক্ষীৰ আই পি এল জুৱাৰীৰ বিৰুদ্ধে বৃহত অভিযান।

তিনিচুকীয়াত আৰক্ষীৰ আই পি এল জুৱাৰীৰ বিৰুদ্ধে বৃহত অভিযান।

আই পি এল জুৱাৰৰ সদাগৰ বিকাশ বেৰিয়াৰ বাসগৃহত অভিযান চলাই

কেইবা লক্ষাধিক ধন সহ আটক আই পি এল জুৱাৰী বিকাশ বেৰিয়াক

মানৱ কল্যাণ স্থিত বাসগৃহত পুৱাই তিনিচুকীয়া আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সহ বৃহত দলে অভিযান চলাই

তিনিচুকীয়া সদৰ থানাত আটকাধীন বিকাশ বেৰিয়াক সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জেৰা

আন কেইবাটাও জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে । পুৱাতে তিনিচকুয়াৰ DSP পুলকেশ ৰাভা আৰু সদৰ অচি পৰাগজোতি বুঢাগোহাইৰ নেতৃত্বত চলিছিল অভিযান

ASSAMINDIA
Comments (0)
Add Comment