যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ উজ্জীৱিত কৰি তোলাৰ লক্ষ্য উদ্দেশ্য আগত লৈ প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হব যোৰহাট জিলাত

যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্নয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় এক বিশাল ৰাজহুৱা সভাৰ।

সেই উদ্দেশ্যে দেওবাৰে এক আদৰণি সমিতি গঠনৰ সভা অনুষ্ঠিত হয় যোৰহাটত। ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত যোৰহাটত অনুষ্ঠিত হ’ব সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন

ASSAMINDIAJORHAT
Comments (0)
Add Comment