নিমপাত শৰীৰৰ বাবে কিমান উপকাৰী

মানুহৰ শৰীৰৰ বিভিন্ন ৰোগৰ বাবে উপকাৰী নিমপাত , নিমপাত খালে দেহৰ বহু ৰোগ নিৰাময় হয়

নিমপাত বিভিন্ন সময়ত খাদ্যৰ তালিকাত মানিহে ৰেচিপি হিচাপে ব্যৱহাৰ কৰে

বহু সময়ত মাংসৰ লগতো নিমপাতৰ ৰেচিপি হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়

নিমপাতৰ ঠাৰি গা -গছ ডালৰো আছে ঔষধি গুন শৰীৰৰ হোৱা ঘা , বিষ , আৰু ছালৰ ৰোগৰ বাবে অতি প্ৰয়োজন নিমপাত

ASSAMHEALTHINDIA
Comments (0)
Add Comment