যোগীঘোপাৰ পাচনীয়াত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

যোগীঘোপাৰ পাচনীয়াত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত হয় এগৰাকী মহিলা। যোগীঘোপা আৰক্ষী চকীৰ অন্তৰ্গত পাচনীয়াত মহিলাগৰাকীক মহতিয়াই নিয়ে এখন ট্ৰাকে।

পথেৰে গৈ থকা সময়তে মহতিয়াই নিয়ে মহিলাগৰাকীক। মহিলাগৰাকীৰ নাম জৰিনা খাতুন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01NC2476 ।

দুবছৰ ধৰি অধাৰুৱা হৈ আছে দুৰ্ঘটনা সংঘটিত হোৱা পথচোৱা নিৰ্মাণৰ কাম। যাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ দিয়ে ৰাইজে।

ASSAM
Comments (0)
Add Comment