হাৰিয়ানাত ভয়ংকৰ স্কুলবাছ দুৰ্ঘটনা, ৫ শিশুৰ কৰুণ মৃত্যু

হাৰিয়ানাৰ মহেন্দ্ৰগড়ত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ ৫ শিশুৰ মৃত্যু হোৱাৰ লগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ১৫জনকৈ লোক।

ঘটনাটো বৃহস্পতিবাৰে পুৱা মহেন্দ্ৰগড় জিলাৰ উনহানি গাঁৱৰ ওচৰত সংঘটিত হৈছিল। পুৱা হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এখন স্কুল বাছ ওলোটা হোৱাৰ ফলত কমেও ছয়টা শিশু নিহত হয় আৰু আন ১৫ জন আহত হয়।

ASSAMINDIA
Comments (0)
Add Comment