দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱেদন খাৰিজ হাইকৰ্টৰ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱেদন খাৰিজ হাইকৰ্টৰ

কাৰাগাৰতে থাকিব অৰবিন্দ কেজৰিৱাল দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰিত এনফচমেন্ট সঞ্চালকায়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ গ্ৰেপ্তাৰক লৈ প্ৰত্যাহ্বান জনোৱা আৱেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে

দিল্লী উচ্চ ন্যায়ালয়ে আবকাৰী নাতি কেলেংকাৰীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিনালক গ্ৰেপ্তাৰ কৰিছিল ইডিৰ গ্ৰেপ্তাৰক লৈ প্ৰত্যাহ্বান জনোৱা দিল্লীৰ

CMDelhiINDIA
Comments (0)
Add Comment