দেৰগাঁৱৰ ৰঙামাটিত পুৱাই পথ দুৰ্ঘটনা

দেৰগাঁৱত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা পুৱাই দুৰ্ঘটনা পতিত হয় ব্ৰহ্মপুত্ৰ নামৰ নৈশ বাছখন

গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাছখন বাছ খনৰঙামাটিৰ টোলগেটৰ সমীপতে সংঘটিত পথ দুৰ্ঘটনাটো

নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল নৈশবাছখন

দুৰ্ঘটনা পতিত ৪০ ফুট দ খাৱৈত পৰিল নৈশ বাছ এই দুৰ্ঘটনাত
কেইবাজনো লোক আহত আহত সকলক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ

accidentASSAMBUSHINDIA
Comments (0)
Add Comment