নলবাৰীত ছোৱালী বেণ্ডপাৰ্টী দল চাবলৈ আহিল অগনন ৰাইজ

নলবাৰীত বেণ্ডপাৰ্টী চাবলৈ দৰ্শকৰ ভিৰ, বেণ্ডপাৰ্টী চাবলৈ আহিল শতাধিক লোক
কৰিশ্মাৰ নাগাৰাৰ নামো নহয়। এইবাৰ বেণ্ডপাৰ্টী চাবলৈ ভিৰ লাগিল শতাধিক ৰাইজৰ।

বিগত কিছু দিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে এটা বিশেষ ছোৱালী বেণ্ডপাৰ্টী দল ।

দলতো সকলো বাদ্য যন্ত্ৰ পৰিৱেশন কৰে যুৱতীসকলে এইবাৰ বেণ্ডপাৰ্টী চাবলৈ ভিৰ লাগিল শতাধিক ৰাইজৰ। আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুৱতী সকলৰে গঠিত বেণ্ডপাৰ্টীৰ দলটো। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ নতুন খেলুৱাত শ্ৰীশ্ৰী কালী পূজা আৰু সভা মহোৎসৱত বিহুৰ সাজত যুৱতীৰ দ্বাৰা গঠিত এটা বেণ্ডপাৰ্টী দল দেখা পাই ৰাইদ আনন্দিত হৈ পৰে

ASSAMbendpartyNALBARI
Comments (0)
Add Comment