২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

সমাগত লোকসভা নিৰ্বাচন নিৰ্বাচনলৈ মাজত মাত্ৰ কেইচামান দিন বাকী ইতিমধ্য প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ম পত্ৰ দাখিল দিন সম্পূৰ্ন হৈছে

সমান্তৰালভাৱে আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি

লগে লগে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পর্ব

২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন

৮ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

২৬এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

৫টা সমষ্টিত হ’ব লোকসভা নিৰ্বাচন

ডিফু, শিলচৰ,কৰিমগঞ্জ,দৰং- ওদালগুৰি,আৰু নগাঁৱত অনুষ্ঠিত হ’ব নিবাচন

দ্বিতীয় পৰ্যায়য মনোনয়ন পত্ৰ দাখিলৰ অন্তিম ৪ এপ্ৰিল

৫এপ্ৰিলত কৰা মনোনয়ন পত্ৰ সমূহ কৰা হ’ব পৰীক্ষা

ASSAMelectionINDIA
Comments (0)
Add Comment