লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিৰোধি দলৰ মাজত অন্তকণ্ডল

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী

নিৰ্বাচনকলৈ জেশজুৰি প্ৰতিতো ৰাজনৈতিক দলৰ মাজত ব্যাপক প্ৰস্ততি দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে নিৰ্বাচনী প্ৰচাৰ

ব্যতিক্ৰম নহয় আম আদৰ্মী প্ৰাৰ্টী নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিৰোধি দলৰ মাজত দেখা গৈছে অন্তকণ্ডল

আদৰ্মী প্ৰাৰ্টীৰ নেতৃত্বৰ ওপৰত ক্ষোভ উজৰি স্মাৰক পত্ৰ প্ৰদান।

৩- বুধবাৰে আম আদৰ্মী প্ৰাৰ্টীৰ মুখ্য কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত হয় তাত অসমৰ বিভিন্ন জিলাৰ সভাপতি সকলৰ লগতে সাধাৰণ সদস্য সকল মিলিত হৈ দিল্লীৰ পৰা অহা শীৰ্ষ নেতা Jasmine Shah ক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

৪- শীৰ্ষ নেতা Jasmine Shah দলীয় কৰ্মী সকলক আশ্বাস দিয়ে যে নিৰ্বাচনৰ পাছত তেওঁ এই বিষয়ত দিল্লীত Dr সন্দীপ পাঠক ডাঙৰীয়াক অৱগত কৰিব আৰু এই বিষয়ত উচিত ব্যবস্থা গ্ৰহণ কৰিব।

amadmipartyASSAMINDIAPOLITICAL
Comments (0)
Add Comment