গাঁৱৰ পথ নিৰ্মাণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা !

গাঁৱৰ পথ নিৰ্মাণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব এটা বিশেষ পৰ্টেল। আপোনাৰ গাঁৱত ৰাস্তাৰ প্ৰয়োজন যদি পোনপটীয়াকৈ কৰিব পাৰিব আৱেদন। পৰ্টেলত গাঁৱৰ সম্পূৰ্ণ বিৱৰণ , তথ্য অনলাইনযোগে আবেদন জনাব পাৰিব। ২৫০ ঘৰতকৈ অধিক পৰিয়াল থকা গাঁৱত লাভ কৰিব পকী পথ। সাংসদ তথা বিধায়কৰ সহায় নোলোৱাকৈ গাওবাসীয়ে কৰিব পাৰিব আবেদন ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে মুকলি কৰিব এই বিশেষ পৰ্টেল।

ASSAMINDIA
Comments (0)
Add Comment