কংগ্ৰেছ এৰিলে আব্দুল খালেকে! কংগ্ৰেছত আন এক মোক্ষম আঘাত

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত। দল ত্যাগ কৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে। দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰাৰ সিদ্ধান্ত লয় সাংসদগৰাকীয়ে। টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ কৰিলে খালেকে। এ আই চি চিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব সাংসদগৰাকীয়ে।

AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধানয়ক জীতেন্দ্ৰ সিং আৰু APCCৰ সভাপতিক দোষাৰোপ কৰি পদত্যাগ আব্দুল খালেকৰ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যক্ষ মল্লিকাঅৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ আব্দুল খালেকৰ।

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment