কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছে

লোকসভা নিৰ্বাচনৰ বাবে অসমৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। সংবাদমেল যোগে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে AICCৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল ৰাৱে। এতিয়ালৈকে ১২টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে।

তালিকাখন ক্ৰমে-

গৌৰৱ গগৈ – যোৰহাট সমষ্টি

প্ৰদ্যুৎ বৰদলৈ- নগাঁও

ৰকিবুল হুছেইন- ধুবুৰী

গৰ্জন মুছাহাৰী- কোকৰাঝাৰ

জয়ৰাম ইংলেঙ- ডিফু

সূৰ্যকান্ত সৰকাৰ- শিলচৰ

মাধৱ ৰাজবংশী- দৰং-ওদালগুৰি

হাফিজ ৰছিদ আহমেদ চৌধুৰী- কৰিমগঞ্জ

প্ৰেমলাল গঞ্জু- শোণিতপুৰ

মীৰা বৰঠাকুৰ- গুৱাহাটী

দ্বীপ বায়ন – বৰপেটা

ৰ’জলীনা তিৰ্কী- কাজিৰঙা

ASSAMINDIAPOLITICAL
Comments (0)
Add Comment