প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দ্বাৰকাত সুদৰ্শন সেতু

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰৱ সাগৰৰ ওপৰত ভাৰতৰ আটাইতকৈ দীঘল দলং সুদৰ্শন সেতু দেশবাসীক উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে দ্বাৰকাৰ মন্দিৰত প্ৰাৰ্থনা কৰে আৰু দলংখন ৰাইজৰ বাবে উৎসৰ্গা কৰে। সুদৰ্শন সেতুক দেশৰ আটাইতকৈ দীঘল চিগনেচাৰ ব্ৰীজ বুলি কোৱা হৈছে, যাক আজি প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰে।

ASSAMBHARATINDIAPOLITICAL
Comments (0)
Add Comment