টেঙাখাতৰ সাংবাদিক মনজিৎবৰালৈ যুৱ সাংবাদিকতা বঁটা প্ৰদান

টেঙাখাতৰ সাংবাদিক মনজিৎবৰালৈ যুৱ সাংবাদিকতা বঁটা প্ৰদান ৷

ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ টিংৰাই বৰহোলা গাঁৱৰ যুৱ সাংবাদিক মনজিৎ বৰালৈ All India Journalist Unionয়ে প্ৰদান কৰে অসমীয়া খবৰ কাকতৰ সাংবাদিক মনজিৎ বৰাক যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰে।
বিশ্বনাথ জিলাৰ গহপুৰ দ-ডুবিয়াত অনুষ্ঠিত হোৱা মহাপুৰুষীয়া সত্ৰ সমাজৰ ৩৭সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় সাংবাদিক সংগঠনটোৱে টেঙাখাত অঞ্চলৰ অসমীয়া খবৰৰ যুৱ সাংবাদিক হিচাপে
এই বঁটা প্ৰদান কৰে।
যুৱ সাংবাদিক মনজিৎ বৰালে এই বঁটা গ্ৰহণ কৰা পিছত ডিব্ৰুগড় জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ লগতে দল সংগঠনে অভিনন্দন জনাইছে।

ASSAMINDIA
Comments (0)
Add Comment