১১৬০০ কোটি টকাৰ অসমত শিলান্যাস প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

বিগত ১০ বছৰত বিজেপি চৰকাৰে কৰা উন্নয়নৰ খতিয়ান দিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰীৰ গৰাকীৰ

খানাপাৰাত উপস্থিত হৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী গৰাকীয়ে খানাপাৰাত ডেৰলাখ জনতাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীগৰাকীক জনতাই উষ্ম আদৰণি জনোৱা বাবে ধন্যবাদেৰে উপচালে অসমবাসীক

শেষত বিগত ১০ বছৰত ভাৰতৰ স্থিতি সলনি হোৱাৰ কথা উল্লেখ কৰে

ASSAMbjpguwahatigwahatiINDIAkhanaparaNARENDRAMODI
Comments (0)
Add Comment