বৈষ্ণৱ সমাজৰ পাঠেকী তামূলি হাতুলা সৰবৰহী ব্যক্তি হিৰাচন সোনোৱালৰ মৃত্যুত শোকৰ ছাঁ
টেঙাখাত আৰক্ষী থানা অধীনৰ কপহুৱা গাঁৱৰ বাসিন্দা বৈষ্ণৱ — সমাজৰপাঠেকী তামূলি হাতুলা তথা সামাজিক সৰবৰহী ব্যক্তি হিৰাচন সোনোৱাোল ( ৮১ ) দীৰ্ঘদিন মধুৃমেহ জনিত ৰোগত আক্ৰান্ত হৈ আজি দিনৰ প্ৰায় ১-৩০ বজাত নিজা বাসগৃহত ইহ:লীলা সম্বৰণ কৰাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে । ইহ: সংসাৰত ৫ জন পুত্ৰ ৪ গৰাকী বোৱাৰী জী – জোঁৱাই নাতি পৰিনাতি নাতিনী আদি বহু আত্মীয় স্বজনক এৰি গৈছে ।
তেওঁৰ মৃত্যুত বৈষ্ণৱ সমাজৰ লগতে বিিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা তথা শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে

assaDIBRUGRAHINDIA
Comments (0)
Add Comment