‘স্মাইলট্ৰেইন ভাৰত’ৰ মেঘালয় স্মাইলচ সজাগতা অভিযান ইউএছটিএমত

স্মাইলট্ৰেইনভাৰতৰমেঘালয়স্মাইলচসজাগতাঅভিযানইউএছটিএমত

এনজিঅ’ স্মাইলট্ৰেইনেআজিবিজ্ঞানআৰুপ্ৰযুক্তিবিদ্যাবিশ্ববিদ্যালয়মেঘালয়ৰ (ইউএছটিএম) সৈতেহাতমিলাইএকগুৰুত্বপূৰ্ণশিক্ষাৰ্থীসজাগতাআৰুপুঁজিসংগ্ৰহকাৰ্যকলাপআয়োজনকৰে।এইঅগ্ৰণীপদক্ষেপটোৱেইউএছটিএমৰচৌহদতপ্ৰায়২০০০শিক্ষাৰ্থীৰসক্ৰিয়অংশগ্ৰহণৰসাক্ষীআছিল।এইঅভিযানতইউএছটিএমৰআচাৰ্যশ্ৰীমহবুবুলহক, ইউএছটিএমৰউপাচাৰ্যঅধ্যাপকজিডিশৰ্মা, জ্যেষ্ঠচিকিৎসাবিষয়াতথাজিলানোডালবিষয়াশ্ৰীমতীএমটিমুং (ডিইআইচিমেনেজাৰ, ৰিভইজিলা), ৰাষ্ট্ৰীয়স্বাস্থ্যমিছনৰৰাজ্যিকসমন্বয়কশ্ৰীজনছন; স্মাইলট্ৰেইন, উডলেণ্ডহস্পিটেলৰপ্ৰতিনিধি, আৰুবৃহৎসংখ্যকইউএছটিএমশিক্ষাৰ্থী।

এইসন্দৰ্ভতইউএছটিএমৰপ্ৰতিষ্ঠাপকআচাৰ্যশ্ৰীমহবুবুলহকেপ্ৰকাশকৰে, “ইউএছটিএমতআছেবৈচিত্ৰ্যৰপ্ৰতিপ্ৰতিশ্ৰুতিআৰুআদৰণিজনোৱাএকপৰিৱেশ।ইয়াতসকলোৱেসন্মানঅনুভৱকৰে।স্মাইলট্ৰেইনেমানৱজাতিকএকমহানসেৱাআগবঢ়াইছেআৰুমইআশাকৰোযেএইঅভিযানেজনসাধাৰণৰমাজতযথেষ্টসজাগতাসৃষ্টিকৰিব।” তেওঁক্লেফটওঠৰদ্বাৰাপ্ৰভাৱিতলোকসকলৰজীৱনতইতিবাচকপ্ৰভাৱপেলাবলৈসহযোগিতাৰগুৰুত্বৰওপৰতআলোকপাতকৰে।

স্মাইলট্ৰেইনইণ্ডিয়াৰযোগাযোগবিকাশৰমুৰব্বীঅঞ্জলিকাটোচেবিশ্ববিদ্যালয়আৰুইয়াৰশিক্ষাৰ্থীসকলককৃতজ্ঞতাজ্ঞাপনকৰিকয়, ” ওঠতফাটথকাশিশুসকলেযাতেসুৰক্ষিত, সময়মতেআৰুমানদণ্ডৰচিকিৎসাপ্ৰাপ্তকৰেসেয়ানিশ্চিতকৰাটোস্মাইলট্ৰেইনৰবাবেএকমুখ্যলক্ষ্য।ইউ.এছ.টি.এম.-ৰশিক্ষাৰ্থীসকলৰসৈতেজড়িতহোৱাৰফলতসম্প্ৰদায়ৰবুজাবুজিবৃদ্ধিকৰাআৰুপ্ৰয়োজনহোৱালোকসকলৰবাবেবিনামূলীয়াঅস্ত্ৰোপচাৰতসহায়কৰাৰবাবেঅত্যাৱশ্যকীয়সমৰ্থনসংগ্ৰহকৰাৰযথেষ্টসম্ভাৱনাআছে।

ভাৰতত, প্ৰতিবছৰে৩৫,০০০ৰোঅধিকশিশুফাটাওঁঠআৰু/বাতালুৰসৈতেজন্মহয়।এইশিশুসকলৰবহুতেসুলভঅস্ত্ৰোপচাৰআৰুব্যাপকযত্নৰঅভাৱৰবাবেখোৱা, উশাহলোৱা, শ্ৰৱণশক্তিআৰুকথাকোৱাতপ্ৰত্যাহ্বানৰসন্মুখীনহয়।স্মাইলট্ৰেইনপাৰ্টনাৰচাৰ্জনআৰুউডলেণ্ডহস্পিটেল, শ্বিলঙৰঅধ্যক্ষডাঃৱেৰলকখাৰ্চিংয়েকয়, “স্মাইলট্ৰেইনৰসৈতেআমাৰঅংশীদাৰীত্ব১৭বছৰজুৰিআছে, আৰুআমিএকেলগেমেঘালয়তবিনামূলীয়াঅস্ত্ৰোপচাৰপ্ৰদানকৰাতসহায়কৰিছো।সীমিতসজাগতাএকপ্ৰত্যাহ্বানহৈআছে, আৰুএইঅভিযানৰফলতনিশ্চিতভাৱেসজাগতাউন্নতহ’বআৰুঅধিকসংখ্যকশিশুৱেসময়মতেযত্নপ্ৰাপ্তকৰিবআৰুপৰিপূৰ্ণজীৱনযাপনকৰিব।”

মেঘালয়স্মাইলছঅনুষ্ঠানটোৱেৰেডএফএমৰপৰাআৰজেবায়োৰদ্বাৰাআয়োজিতকুইজআৰুগেম, হাঁহিৰগুৰুত্বৰওপৰতফাৱাৰপ্ৰদৰ্শন, ফ্লেছমবআৰুঅস্কাৰবিজয়ীছবি ‘স্মাইলপিঙ্কি’ৰপ্ৰদৰ্শনৰজৰিয়তেসজাগতাবৃদ্ধিকৰে।একপুঁজিসংগ্ৰহঅভিযানোআৰম্ভকৰাহৈছিল, যিইউএছটিএমকস্মাইলট্ৰেইনসমৰ্থনকৰিবলৈউৎসাহিতকৰিছিল।

ASSAMINDIAmeghaloya
Comments (0)
Add Comment